ইদ্দো, গিন্নথোই, অবিয়া,
সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,
দানিয়েল, গিন্নথোন, বাৰূক,
চখনিয়া, ৰহূম, আৰু মৰেমোৎ,
মিয়ামীন, মাদীয়া, বিলগা,
দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:
যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।