গাদ ফৈদৰ মাজৰ মাখীৰ পুত্ৰ গূৱেল।
নপ্তালী ফৈদৰ মাজৰ বফচীৰ পুত্ৰ নহ্বী।
এই এই নামৰ লোকসকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচূৱা ৰাখিলে।