বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।
ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে।
গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।
নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’”