Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ৰূথ 4:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 চলমোনৰ পুতেক বোৱজ, বোৱজৰ পুতেক ওবেদ,

অধ্যায়টো চাওক কপি কৰক




ৰূথ 4:21
6 পৰস্পৰ সংযোগসমূহ  

দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;


চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;


অম্মীনাদবৰ পুতেক নহচোন, নহচোনৰ পুতেক চলমোন,


ওবেদৰ পুতেক যিচয়, যিচয়ৰ পুতেক দায়ুদ।


পাছত বোৱজে ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা নিজ দাসক সুধিলে, “সেইজনী গাভৰু কোন ঠাইৰ?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন