Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 38:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 তেতিয়া যিচয়াই ক’লে, “ডিমৰু গুটিৰ লদা আনি, খহুৰ ওপৰত লগাই দিয়া যাওক; তাতে তেওঁ সুস্থ হ’ব।”।

অধ্যায়টো চাওক কপি কৰক




যিচ 38:21
3 পৰস্পৰ সংযোগসমূহ  

এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে।


তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন