Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মথি 22:41 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

41 ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,

অধ্যায়টো চাওক কপি কৰক




মথি 22:41
4 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷


যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন