Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 7:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।

অধ্যায়টো চাওক কপি কৰক




নহি 7:32
6 পৰস্পৰ সংযোগসমূহ  

বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।


আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।


এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।


মিকমচৰ লোকসকল এশ বাইশ জন।


অন্য নবোতৰ লোকসকল বাৱন্ন জন।


বিন্যামীনৰ লোকসকল গেবাৰ পৰা আৰম্ভ কৰি, মিকমচ, অয়াত, বৈৎএলত আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন