Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




নহি 7:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।

অধ্যায়টো চাওক কপি কৰক




নহি 7:30
6 পৰস্পৰ সংযোগসমূহ  

ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।


বিন্যামীনৰ লোকসকল গেবাৰ পৰা আৰম্ভ কৰি, মিকমচ, অয়াত, বৈৎএলত আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল,


তেওঁলোক বৈৎ-গিলগল, গেবা আৰু অজমাবতৰ পথাৰৰ পৰাও আহিল। গায়ক সকলে তেওঁলোকৰ নিজৰ বাবে যিৰূচালেমৰ চাৰিও দিশে গাওঁ পাতিলে।


কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।


মিকমচৰ লোকসকল এশ বাইশ জন।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন