20 আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।
আদীনৰ বংশধৰসকলৰ মাজত যোনাথনৰ পুত্ৰ এবদ। তেওঁৰ লগত তালিকাত পঞ্চাশ জন পুৰুষ আছিল।
বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।