17 হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা,
আৰু পক্ষীবোৰৰ মাজত এইবোৰ তোমালোকে ঘিণ কৰিবা আৰু এইবোৰ নাখাবা, ঈগল, শগুণ,
দীঘল ডিঙীয়া হাঁহ, ঢোঁৰা কাউৰী আৰু সৰু শগুণ,
ফেঁচা, হুদু, বগা-ফেঁচা,
বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী।