Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 5:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 সেই বাবে ঈশ্বৰৰ সন্মুখৰ পৰা এখন হাত পঠালে, আৰু এই কথাখিনি লিখা হ’ল।

অধ্যায়টো চাওক কপি কৰক




দানি 5:24
2 পৰস্পৰ সংযোগসমূহ  

সেই মুহূৰ্ত্ততে মানুহৰ হাতৰ আঙুলি ওলাই দীপাধাৰৰ সন্মুখত দেখা দিলে, আৰু ৰাজ প্রাসাদৰ দেৱালত লিপা চূণৰ ওপৰত লিখিলে। লিখি থকাৰ সময়ত ৰজাই হাতৰ এটা অংশ দেখা পালে।


লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন