Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 7:77 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

77 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল আক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ।

অধ্যায়টো চাওক কপি কৰক




গননা 7:77
4 পৰস্পৰ সংযোগসমূহ  

আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল।


আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।


দ্বাদশ দিনা, নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে।


তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন