12 অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।
অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
অজগদৰ বংশধৰসকলৰ মাজত হক্কাটনৰ পুত্ৰ যোহানন। তেওঁৰ লগত তালিকাত এশ দহ জন পুৰুষ আছিল।
বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।
অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।