Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইজ্ৰা 10:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 হাৰীমৰ বংশধৰসকলৰ মাজত ইলীয়েজৰ, যিচিয়া, মল্কিয়া, চময়িয়া, চিমিয়োন,

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 10:31
6 পৰস্পৰ সংযোগসমূহ  

চিমিয়া আছিল মীখায়েলৰ পুত্র। মীখায়েল আছিল বাচেয়াৰ পুত্র। বাচেয়া আছিল মল্কিয়াৰ পুত্র।


পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, কলাল, বনায়া, মাচেয়া, মত্তনীয়া, বচলেল, বিন্নূই, আৰু মনচি।


বিন্যামীন, মল্লূক, আৰু চমৰিয়া।


হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।


হাৰীমৰ পুত্ৰ মল্কিয়া আৰু পহৎ-মোৱাবৰ পুত্ৰ হচুবে আন এটা অংশৰ সৈতে তন্দুৰৰ স্তম্ভ মেৰামতি কৰিলে।


হাৰীমৰ লোকসকল তিনি শ বিশ জন।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন