Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 49:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।

অধ্যায়টো চাওক কপি কৰক




আদি 49:20
4 পৰস্পৰ সংযোগসমূহ  

তাতে লেয়াই ক’লে, “মই সুখী! কিয়নো ছোৱালীবোৰে মোক সুখী বুলি ক’ব।” সেয়ে তেওঁ তাৰ নাম আচেৰ ৰাখিলে।


আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন