Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 46:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।

অধ্যায়টো চাওক কপি কৰক




আদি 46:14
9 পৰস্পৰ সংযোগসমূহ  

ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ।


জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।


জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।


ইস্ৰায়েলৰ পুত্ৰ এওঁলোক: ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলূন,


জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন