Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 36:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এইসকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল।

অধ্যায়টো চাওক কপি কৰক




আদি 36:21
5 পৰস্পৰ সংযোগসমূহ  

সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা,


লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।


এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন।


দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।


চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন