41 হিত্তীয়া ঊৰিয়া, অহলয়ৰ পুত্ৰ জাবদ,
আৰু হিত্তীয়া ঊৰিয়া; সৰ্ব্বমুঠ সাতত্ৰিশ জন।
যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
ৰূবেণীয়া চীজাৰ পুত্ৰ ৰূবেণীয়াসকলৰ সেনাপতি অদীনা, আৰু তেওঁৰ লগত ত্ৰিশ জন লোক,
অত্তয়ৰ পুত্র নাথন, নাথনৰ পুত্র জাবদ।