অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইজ্ৰা 2:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।

অধ্যায়টো চাওক



ইজ্ৰা 2:21
5 পৰস্পৰ সংযোগসমূহ  

ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে।


গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।


নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।


‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’”